irrigation Dept Exam Answer Key

By
আজিৰ জলসিঞ্চন বিভাগৰ 1st Shift (Morning)অৰ কেইটামান প্ৰশ্ন আৰু উত্তৰ 
(Memory Based) 

১/ অৰ্ণৱ গোস্বামীয়ে কোনটো চেনেল প্ৰতিষ্ঠা কৰিছিল ? 

উত্তৰ: Republic India

২/ অনুৰুদ্ধ ৰায় কোনখন গ্ৰন্থৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল ? 

Ans: A God of small things

৩/ খাৰু: হাত 

মোজা : ? 

উত্তৰ- ভৰি

৪/ ISO সম্পূৰ্ণ নাম কি? 

Ans: International standards organization

৫/ ফেচবুকৰ জনক কোন ? 

Ans: Mark Jukerberg

৬/ SENSEX full meaning? 

Ans: Stock Exchange Sensitive Index.

৭/ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া অনুষ্ঠিত কৰা হয় ?

Ans: ৮ মাৰ্চ ২০২০

৮/ নুমলীগড় তেল শোধনাগাৰ ক'ত অৱস্থিত ? 

উত্তৰ: গোলাঘাট জিলাত ।

৯/ টিপু চুলতানে ক'ত শাসন কৰিছিল ?

Ans: Mysore

১০/ অমিল সংখ্যাটো বাচনি কৰা ---
৪, ৬, ৮ , ২৩

উত্তৰ: ২৩